సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ভাগ্য বা সংযোগবশতঃ হোৱা
ఉదాహరణ : দৈৱিক ঘটনাক অৱজ্ঞা কৰা বৰ কঠিন
పర్యాయపదాలు : দৈৱিক
అర్థం : পৰলোকৰ লগত সম্বন্ধ ৰখা
ఉదాహరణ : মহাত্মাজীয়ে পৰলৌকিক কথা কৈ আছে
పర్యాయపదాలు : দিব্য, পৰলৌকিক
అర్థం : ইন্দ্রিয়ৰ দ্বাৰা জ্ঞান বা অনুভৱ নোহোৱা
ఉదాహరణ : ঈশ্বৰ ইন্দ্রিয়াতীত
పర్యాయపదాలు : অতিন্দ্রিয়, অপ্রত্যক্ষ, ইন্দ্রিয়গোচৰ, ইন্দ্রিয়াতীত, দেহাতীত, পৰোক্ষ
అర్థం : যি মানৱী নহয় বা তাৰ ওপৰৰ
ఉదాహరణ : ৰাম, কৃষ্ণ আদি অলৌকিক পুৰুষ আছিল
పర్యాయపదాలు : অমানৱী
ఆప్ స్థాపించండి