అర్థం : যিটো আৱশ্যক নহয়
ఉదాహరణ :
তুমি অলাগতিয়াল কামত নিজৰ সময় নষ্ট কৰা উচিত নহয়
పర్యాయపదాలు : অদৰকাৰী, অনাৱশ্যকীয়, অপ্রয়োজনীয়, অবাঞ্ছনীয়, অলাগতীয়া, নলগা, নিষ্প্রয়োজন, ফালতু
అర్థం : যি অদৰকাৰেৰে পূর্ণ
ఉదాహరణ :
অদৰকাৰী কথাবোৰ কৈ নাথাকিবা
పర్యాయపదాలు : অদৰকাৰী, অনাৱশ্যকীয়, অলাগতীয়া অপ্রয়োজনীয়, অসংগত, নলগা-, যা-তা, লাপি-লুপা
అర్థం : যি সম্বন্ধিত নহয়
ఉదాహరణ :
প্রেচ বিবৃতিত নেতাজনে প্রশ্নৰ উত্তৰ নিদি সংগতিহীন কথা কʼবলৈ ধৰিলে
పర్యాయపదాలు : অসংলগ্নিত, সংগতিহীন, সম্বন্ধহীন, সম্বন্ধৰহিত