సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : পানীত মিশ্রণ হোৱা নিমখীয়া সোৱাদৰ এবিধ যৌগিক পদার্থ, যি লিটমাছ কাগজক ৰঙা কৰে আৰু ক্ষাৰকৰ লগত সংমিশ্রণ ঘটাই নিমখ তৈয়াৰ কৰা হয়
ఉదాహరణ : অম্লৰ ব্যৱহাৰ সাৱধানেৰে কৰা উচিত
పర్యాయపదాలు : এচিদ
అర్థం : কেঁচ্া আম, তেতেলী আদিৰ সোৱাদ
ఉదాహరణ : টেঙা ফলত ভিটামিন চি অধিক পৰিমাণে পোৱা যায়
పర్యాయపదాలు : অম্বল, অম্লময়, অম্লযুক্ত, অম্লস্বাদ, অম্লাক্ত, আম্লিক, টেঙা, টেঙেচীয়া
ఆప్ స్థాపించండి