అర్థం : প্রাকৃতিক ৰূপত ৰাজহুৱা সম্পত্তি হিচাপে সুৰক্ষিত ৰখা মাটিৰ এক অংশ
ఉదాహరణ :
এই ৰাষ্ট্রীয় উদ্যানখনত দুষ্প্রাপ্য বনৰীয়া জন্তু দেখিবলৈ পোৱা যায়
పర్యాయపదాలు : উদ্যান, সংৰক্ষিত বন, সংৰক্ষিত বনাঞ্চল
అర్థం : যি স্থানত পশু-পক্ষীক সংৰক্ষণ কৰা হয়
ఉదాహరణ :
শীতকালত ভাৰতৰ অভয়াৰণ্যসমূহলৈ বহুতো প্রবাসী পক্ষী আহে
పర్యాయపదాలు : সংৰক্ষিত বনাঞ্চল