సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : খনিৰ পৰা ওলোৱা এক প্রকাৰ কাঁচ সদৃশ জিলিকি থকা চনকা ধাতু
ఉదాహరణ : ভাৰতৰ ৰাজস্থানত অভ্র অধিক পৰিমাণে পোৱা যায়
పర్యాయపదాలు : মাইকা
అర్థం : পৃথিৱীৰ পানীভাগ সূর্যৰ ্ তাপত ভাপ হৈ আকাশত জমা হোৱা অংশ আৰু যʼৰ পৰা বৰষুণ হয়
ఉదాహరణ : মেঘৰ পৰা বৰষুণ হয় আকাশখন কʼলা ডাৱৰে ছানি ধৰিছে
పర్యాయపదాలు : অম্বুধৰ, জলদ, জলধৰ, ডাৱৰ, পয়োধৰ, বাৰিদ, মেঘ
అర్థం : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়
ఉదాహరణ : আকাশখন কʼলা ডাৱৰে আৱৰি আছে
పర్యాయపదాలు : অন্তৰীক্ষ, অম্বৰ, আকাশ, আসমান, খ, গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম, শূন্য
ఆప్ స్థాపించండి