సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যাৰ সমকক্ষ আৰু কোনো নাই
ఉదాహరణ : বাঃ! কি অনুপম দৃশ্য
పర్యాయపదాలు : অতুলনীয়, অদ্বিতীয়, অনন্যসাধাৰণ, অনুপম, অনুপমিত, অপূর্ব, অপ্রতিম, অপ্রতুল, অসাধাৰণ, উপমাবিহীন, উপমাহীন, উপমাৰহিত, নিৰুপম, প্রকৃষ্ট, সর্বশ্রেষ্ঠ, সর্বোত্তম
అర్థం : যি বিশেষ লক্ষণযুক্ত
ఉదాహరణ : মৎস্যকন্যা এক অসাধাৰণ জীৱ
పర్యాయపదాలు : অত্যাশ্চার্য, অদ্ভূত, অপূর্ব, অভিনৱ, অসাধাৰণ, আজব, আজৱ, আশ্চর্য, চমকপ্রদ, বিচিত্র, বিস্ময়াবহ, ্ আশ্চর্যজনক
అర్థం : যিটো প্রথমতে হোৱা নাই
ఉదాహరణ : শ্যামে পৰীক্ষাত অভূতপূর্ব ্সফলতা লাভ কৰিলে
పర్యాయపదాలు : অপূর্ব
ఆప్ స్థాపించండి