సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যাৰ আগতে অস্তিত্ব নাই
ఉదాహరణ : আমি কোনো নতুন কাম কৰিব লাগে
పర్యాయపదాలు : নতুন, নবীন, নৱ
అర్థం : যি বিশেষ লক্ষণযুক্ত
ఉదాహరణ : মৎস্যকন্যা এক অসাধাৰণ জীৱ
పర్యాయపదాలు : অত্যাশ্চার্য, অদ্ভূত, অপূর্ব, অভূতপূর্ব, অসাধাৰণ, আজব, আজৱ, আশ্চর্য, চমকপ্রদ, বিচিত্র, বিস্ময়াবহ, ্ আশ্চর্যজনক
అర్థం : যিটো বনোৱা, ওলোৱা বা প্রস্তুত কৰা বেছি দিন হোৱা নাই:বৈজ্ঞানিক ক্ষেত্রত ৰবট এক নতুন আৱিষ্কাৰ
ఉదాహరణ :
పర్యాయపదాలు : ন, নতুন, নবীন, নব্য, নৱ
ఆప్ స్థాపించండి