సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : অলপো জিৰণি নোলোৱাকৈ বা ক্রমভঙ্গ নকৰাকৈ
ఉదాహరణ : শচীনে অবিৰতভাৱে ছয় মাৰি আছে
పర్యాయపదాలు : অনবৰত, নিৰন্তৰ
అర్థం : যি কেতিয়াও সমাপ্ত নহয়
ఉదాహరణ : প্রকৃতি ভগৱানৰ অন্তহীন বিস্তাৰ
పర్యాయపదాలు : অনন্ত, অন্তহীন
అర్థం : নিৰন্তৰ হৈ থকা
ఉదాహరణ : ধাৰাসাৰ বৰষুণৰ কাৰণে জন-জীৱন বিশৃংখল হৈ পৰিলে
పర్యాయపదాలు : অনবৰত, অবিৰাম, ধাৰাসাৰ
ఆప్ స్థాపించండి