అర్థం : যিজনৰ বিশ্বাস নাই বা যিয়ে কাকো বিশ্বাস নকৰে
ఉదాహరణ :
তেওঁ এজন অবিশ্বাসী লোক, তেওঁক বুজাই একো লাভ নাই
పర్యాయపదాలు : অবিশ্বাসী, অসঞ্জাতী, ফাত্রা, বিশ্বাস নাইকিয়া
అర్థం : যাৰ ওপৰত বিশ্বাস নাই বা যাক বিশ্বাস কৰিব নোৱাৰি
ఉదాహరణ :
এইটো অবিশ্বাস্য কথা
పర్యాయపదాలు : অপ্রত্যয়জনক, অবিশ্বসনীয়, অবিশ্বাসযোগ্য, অবিশ্বাসী, অবিশ্বাস্য, অসঞ্জাতী, আস্থাহীন, বিশ্বাসহীন, সঞ্জাতহীন