సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিজন বিচলিত নহয়
ఉదాహరణ : অবিচলিত লোকে নিজৰ লক্ষ্যত সহজেই উপনীত হয়
పర్యాయపదాలు : অবিচলিত, স্থিৰ
అర్థం : যি সিদ্ধান্ত সলনি নহয়
ఉదాహరణ : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল
పర్యాయపదాలు : অটল, একনিষ্ঠ, একাগ্র, দৃঢ়, নিমগ্ন, স্থিৰ
అర్థం : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
ఉదాహరణ : পাহাৰ-পর্বত স্থিৰ
పర్యాయపదాలు : অচল, অচৰ, অটল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
ఆప్ స్థాపించండి