పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অবাক అనే పదం యొక్క అర్థం.

অবাক   বিশেষ্য

అర్థం : কোনো নতুন, অদ্ভূত বা অসাধাৰণ বিষয় দেখিলে, শুনিলে বা ধ্যান দিলে উৎপন্ন হোৱা মনৰ অৱস্থা

ఉదాహరణ : মোক হঠাৎ দেখি ্ তেওঁ ্ অবাক হʼল

పర్యాయపదాలు : আচৰিত হোৱা-, আশ্বর্য, আশ্বর্য্য, চমক, বিচূর্ত্তি, বিস্ময়

అర్థం : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়

ఉదాహరణ : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে

పర్యాయపదాలు : অদ্ভুত কাম, আচৰিত, আশ্চর্য, চমক, চমৎকাৰ, তবধ, বিস্ময়

অবাক   বিশেষণ

అర్థం : যি ্আশ্বর্য ্প্রকাশ কৰিছে

ఉదాహరణ : তেওঁৰ ্কাম দেখি আমি সকলো অবাক ্হʼলোঁ

పర్యాయపదాలు : আচৰিত, স্তম্ভিত

అర్థం : যি একো নকয়

ఉదాహరణ : মৌন ব্যক্তিৰ মনত অহৰহ চিন্তা চলি থাকে তেওঁৰ ্কথাশুনি মই অবাক হৈ পৰিলোঁ

పర్యాయపదాలు : চুপ, মৌন