పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অপৰিষ্কৃত అనే పదం యొక్క అర్థం.

অপৰিষ্কৃত   বিশেষণ

అర్థం : যিটো পৰিষ্কৃত নহয় বা যাক পৰিষ্কাৰ কৰা হোৱা নাই

ఉదాహరణ : সাহিত্যত অমার্জিত ভাষাৰ প্রয়োগ কৰা উচিত নহয়

పర్యాయపదాలు : অমার্জিত, অসংস্কৃত

అర్థం : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়

ఉదాహరణ : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে

పర్యాయపదాలు : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা, লেতেৰা-পেতেৰা

అర్థం : যিটোৰ শোধন কৰা হোৱা নাই

ఉదాహరణ : অশোধিত পানী স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক

పర్యాయపదాలు : অশুদ্ধ, অশোধিত, অসংশোধিত, লেতেৰা