పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অপৰাধ అనే పదం యొక్క అర్థం.

অপৰাধ   বিশেষ্য

అర్థం : যিটো কামত নিয়ম উলংঘা কৰিলে কৰোতাক আইনমতে দণ্ড বিহিব পাৰে

ఉదాహరణ : প্রকৃতি ধ্বংস কৰা এক অপৰাধ চোৰ কৰা এক অপৰাধ

పర్యాయపదాలు : অধর্ম, কলুষ, দোষ, পাতক, পাপ

అర్థం : সেই অনুচিত কার্য ্যাৰ দ্বাৰা আনৰ হানি হয়

ఉదాహరణ : কেতিয়াবা কেতিয়াবা আমি নজনাকৈয়ে অপৰাধ কৰো

అర్థం : পৰকালত অশুভ ফল পায় বুলি বিশ্বাস কৰা ইহকালৰ বেয়া কাম:সন্ত কবীৰৰ মতে মিছা কথা কোৱাটো বহুত ডাঙৰ পাপ

ఉదాహరణ :

పర్యాయపదాలు : অধর্ম, কলুষ, কল্মষ, গুণাহ, পাতক, পাপ, প্রত্যবায়