అర్థం : যিটো প্রকৃতি সম্বন্ধীয় নহয়
ఉదాహరణ :
সাপে যদি খুটিবলৈ আৰু বাঘে যদি চিকাৰ কৰিবলৈ এৰি দিয়ে তেনেহʼলে ইয়াতকৈ ডাঙৰ অপ্রাকৃতিক ঘটনা আৰু কি হʼব পাৰে !
పర్యాయపదాలు : অপ্রাকৃতিক
అర్థం : যি স্বাভাৱিক নহয়
ఉదాహరణ :
আজিকালি ্ তেওঁৰ ্ মাজত কিছুমান অস্বাভাৱিক লক্ষণ দেখা গৈছে
పర్యాయపదాలు : অতিস্বাভাৱিক, অপ্রাকৃতিক, অস্বাভাৱিক