అర్థం : যি নি্র্ধাৰিত নহয়
ఉదాహరణ :
বন্ধৰ কাৰণে সকলোবোৰ গাড়ী অনি্র্ধাৰিত সময়ত চলাচল কৰি আছে
పర్యాయపదాలు : অনিশ্চিত, অনি্র্ধাৰিত, নভবা নিচিন্তা
అర్థం : যিটো আশা কৰা নহয়
ఉదాహరణ :
মোহনৰ নিচিনা ছাত্রও অপ্রত্যাশিতভাৱে পৰীক্ষাত ফেইল হৈছে
పర్యాయపదాలు : অনাকাংক্ষিত
అర్థం : যি প্রত্যাশাৰ পৰা দূৰত
ఉదాహరణ :
ৰামে অপ্রত্যাশিত সফলতা লাভ কৰিলে
పర్యాయపదాలు : আশাতীত, প্রত্যাশাতীত