అర్థం : যি পোনপটীয়া বা স্পষ্টভাৱে সন্মুখলৈ নাহি অকোৱা-পকোৱাকৈ বা অন্য ফালেদি আহে
ఉదాహరణ :
সেই কামটো কৰিবৰ কাৰণে মই পৰোক্ষ পন্থা হাতত লʼব লাগিব
పర్యాయపదాలు : পৰোক্ষ
అర్థం : ইন্দ্রিয়ৰ দ্বাৰা জ্ঞান বা অনুভৱ নোহোৱা
ఉదాహరణ :
ঈশ্বৰ ইন্দ্রিয়াতীত
పర్యాయపదాలు : অতিন্দ্রিয়, অলৌকিক, ইন্দ্রিয়গোচৰ, ইন্দ্রিয়াতীত, দেহাতীত, পৰোক্ষ