అర్థం : অপর্যাপ্ত হোৱা অৱস্থা বা ভাব
ఉదాహరణ :
অপর্যাপ্ততাৰ কাৰণে এই বছৰত চৰকাৰে বিদেশৰ পৰা শস্য আমদানি কৰিব লগা হʼল
పర్యాయపదాలు : অপর্যাপ্ততা, অপ্রচুৰতা
అర్థం : কমি যোৱা অৱস্থা বা ভাব
ఉదాహరణ :
সময় কম হোৱা কাৰণে মই তালৈ যাব নোৱাৰিলো
పర్యాయపదాలు : অকুলন, অপর্যাপ্ততা, অপর্যাপ্তি, অপ্রাচুর্য্য, অভাৱ, অল্পতা, অল্পত্ব, কম, চুটা, টুটনি, নাটনি, ন্যূনতা, সামান্যতা, স্বপ্লতা, স্বপ্লত্ব