సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যাৰ সীমা নাই
ఉదాహరణ : সাধুজনে ভগৱানৰ অসীম লীলাৰ গুণ-গান বখানি আছে
పర్యాయపదాలు : অপৰিসীম, অবাধ, অসীম, সীমাহীন
అర్థం : যাৰ গভীৰতা বা তলি গম পোৱা নাযায়
ఉదాహరణ : পণ্ডিত সুনীলৰ অগাধ জ্ঞান আছে
పర్యాయపదాలు : অগাধ, অতল, অপৰিসীম
అర్థం : যাৰ ওচৰলৈ পৰা নাযায়
ఉదాహరణ : মোহনে দুর্লংঘ্য পর্বত ্ পাৰ হʼবলৈ চেষ্টা কৰিছে
పర్యాయపదాలు : অগম্য, অনতিক্রমনীয়, অনতিক্রম্য, অপাৰগম্য, অলংঘনীয়, অলংঘ্য, অলঙ্ঘনীয়, অলঙ্ঘ্য, দুর্লংঘ্য, দুস্তৰ
అర్థం : যাৰ জোখ লʼব নোৱাৰি বা যাক জোখিব নোৱাৰি
ఉదాహరణ : সৃষ্টি অপৰিমিত সম্পদৰ খনি
పర్యాయపదాలు : অপৰিমিত, অমাপনীয়
ఆప్ స్థాపించండి