అర్థం : কাৰোবাক পলুৱাই লৈ যোৱা ব্যক্তি
ఉదాహరణ :
পুলিচে অপহৰণকাৰীক বিচাৰি তালাচী চলাই আছে
పర్యాయపదాలు : ্অপহৰণকর্তা
అర్థం : যাৰ পেছাই লুট-পাত কৰা বা মানুহক লুটা
ఉదాహరణ :
অপহৰণকাৰীয়ে গোটেই বাছখন লুটিলে
అర్థం : অপহৰণ কৰা ব্যক্তি
ఉదాహరణ :
অপহৰণকাৰীয়ে পাঁচ লাখ টকা মুক্তিপণ বিচাৰিছে
పర్యాయపదాలు : অপহৰণ-কর্তা, ্অপহৰণকর্তা