సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কাৰোবাৰ পৰা বলপূর্বকভ্াৱে বা ডকা-হকা দি কোনো বস্তু লোৱা কার্য
ఉదాహరణ : এই পথত ডকাইতে পথিকক ডকাইতি কৰে
పర్యాయపదాలు : ডকাইতি, লুট কৰা, লুট-পাত কৰা
అర్థం : কোনো লোক আদিক বলপূর্বকভ্াৱে উঠাই লৈ যোৱা
ఉదాహరణ : সন্ত্রাসবাদীয়ে কাশ্মীৰৰ এগৰাকী মন্ত্রীৰ জীয়েকক অপহৰণ কৰিলে
పర్యాయపదాలు : হৰণ কৰা, হৰা
ఆప్ స్థాపించండి