సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : অপর্যাপ্ত হোৱা অৱস্থা বা ভাব
ఉదాహరణ : অপর্যাপ্ততাৰ কাৰণে এই বছৰত চৰকাৰে বিদেশৰ পৰা শস্য আমদানি কৰিব লগা হʼল
పర్యాయపదాలు : অপ্রচুৰতা, অপ্রতুলতা
అర్థం : কমি যোৱা অৱস্থা বা ভাব
ఉదాహరణ : সময় কম হোৱা কাৰণে মই তালৈ যাব নোৱাৰিলো
పర్యాయపదాలు : অকুলন, অপর্যাপ্তি, অপ্রতুলতা, অপ্রাচুর্য্য, অভাৱ, অল্পতা, অল্পত্ব, কম, চুটা, টুটনি, নাটনি, ন্যূনতা, সামান্যতা, স্বপ্লতা, স্বপ্লত্ব
ఆప్ స్థాపించండి