అర్థం : কোনো বস্তু, স্বামীত্ব আদিৰ অনুচিত বা বেয়া ধৰণে কৰা ব্যৱহাৰ
ఉదాహరణ :
আমি নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰা অনুচিত
అర్థం : অনুচিতভাৱে কাৰোবাৰ ধনসম্পত্তি কামত লগোৱা কার্য
ఉదాహరణ :
অপব্যৱহাৰো এক ধৰণৰ পাপ
పర్యాయపదాలు : অপপ্রয়োগ
అర్థం : অনাহক আৰু অধিক খৰচ
ఉదాహరణ :
অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে
పర్యాయపదాలు : অতিখৰচী, অপচয়, অপপ্রয়োগ, অপব্যয়, আধানার্জ্জি