అర్థం : হেৰুওৱা বা লোকচান ভৰা কার্য
ఉదాహరణ :
ধনৰ ইমান অপচয় হোৱাৰ পিছতো তেওঁ ্স্বভাৱ সলনি নহʼল
అర్థం : কোনোবাই দিয়া আজ্ঞা বা কাৰ্যৰ নোহোৱাৰ দৰে কৰা কাৰ্য
ఉదాహరణ :
চৰকাৰী আঁচনিবোৰৰ প্ৰায়েই অপচয় কৰা দেখা যায়
అర్థం : অনাহক আৰু অধিক খৰচ
ఉదాహరణ :
অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে
పర్యాయపదాలు : অতিখৰচী, অপপ্রয়োগ, অপব্যয়, অপব্যৱহাৰ, আধানার্জ্জি