సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ভালৰ ওলোটা বা বিপৰীত
ఉదాహరణ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
పర్యాయపదాలు : অধম, অনুচিত, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
అర్థం : যিটো ঘৃণাৰ যোগ্য
ఉదాహరణ : ভ্রূণ-হত্যা এটা ঘৃণনীয় অপৰাধ
పర్యాయపదాలు : কুৎসিত, ঘিণ লগা-, ঘৃণনীয়, ঘৃণাজনক, ঘৃণাযোগ্য, ঘৃণার্হ, ঘৃণিত, ঘৃণ্য, জঘন্য, বীভৎস
ఆప్ స్థాపించండి