సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কল্যাণ বা মংগল নথকা
ఉదాహరణ : তোমাৰ এই কামটোৰ দ্বাৰা সকলোৰে অমংগলহে হʼব
పర్యాయపదాలు : অকল্যাণ, অনিষ্ট, অপায়-অমংগল, অমংগল, অমঙ্গল, অশুভ, অহিত, বিপদ, বিমংগল, বিমঙ্গল
అర్థం : উপকাৰৰ বিপৰীত কাম বা অনুচিত বা বেয়া কাম
ఉదాహరణ : কাৰো অপকাৰ নকৰিবা
పర్యాయపదాలు : অনিষ্ট, ক্ষতি, ক্ষয়, বৰবাদ, হানি
అర్థం : হিতৰ বিৰোধীভাব
ఉదాహరణ : কাৰো অহিত চিন্তা কৰা উচিত নহয়
పర్యాయపదాలు : অকল্যাণ, অনিষ্ট, অহিত
ఆప్ స్థాపించండి