పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অন্যায় అనే పదం యొక్క అర్థం.

অন্যায়   বিশেষ্য

అర్థం : আনৰ লগত বলপূর্ব্্কভাৱে কৰা অনুচিত ব্যৱহাৰ যাৰ কাৰণে তেওঁৰ বহুত কষ্ট হয়

ఉదాహరణ : ইংৰাজে ভাৰতীয় জনতাৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল

పర్యాయపదాలు : অত্যাচাৰ, অত্যাচাৰ-উৎপীড়ন, অন্যায়-অত্যাচাৰ, উপদ্রৱ, উৎপাত, উৎপীড়ন, নিপীড়ন, নিষ্পেষণ, নি্র্যাতন নি্র্য্যাতন, পীড়ন, শোষণ

అర్థం : ন্যায়হীন হোৱা অৱস্থা বা ভাব

ఉదాహరణ : ৰজাৰ অন্যায়ৰ কাৰণেই এজন নির্দোষীৰ প্রাণ গʼল

పర్యాయపదాలు : অন্যায়-অত্যাচাৰ, ন্যায়হীনতা

অন্যায়   বিশেষণ

అర్థం : যিটো উচিত বা যুগুত নহয়

ఉదాహరణ : তেওঁৰ অনুচিত কথাই এই কাজিয়াৰ কাৰণ

పర్యాయపదాలు : অনুচিত, অযথার্থ, অযুগুত, অসংগত, অসজ, অসমীচীন, ন্যায়বিৰুদ্ধ, ভুল