సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : মনোযোগ দি চোৱা কার্য
ఉదాహరణ : শিক্ষার্থীয়ে গৱেষণাগাৰত অন্বেষণ কৰি আছে
అర్థం : কোনো বিষয়ৰ ভালদৰে অনুশীলন কৰি সেই সম্পর্কে নতুন কথা বা তথ্যৰ বিচাৰ কৰা কার্য
ఉదాహరణ : ৰবট বৈজ্ঞানিকৰ গৱেষণাৰ ফল
పర్యాయపదాలు : অনুসন্ধান, এষণা, গৱেষণা
అర్థం : কোনো বিষয়ৰ তথ্য সম্বন্ধে চালিজাৰি চোৱা কার্য
ఉదాహరణ : তহচিলদাৰে গাঁওখনৰ তদন্ত কৰিবলৈ আহি আছে
పర్యాయపదాలు : অনুসন্ধান, তদন্ত, বিচাৰ, বুজ
ఆప్ స్థాపించండి