సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সমাপ্ত হোৱাৰ ভাব বা কার্য
ఉదాహరణ : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল
పర్యాయపదాలు : অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং
అర్థం : কোনো ঘটনা আদিৰ সম্পাদন হোৱা বা অন্তিম অংশ
ఉదాహరణ : এই কিতাপখনৰ উপসংহাৰ পঢ়াৰ পিছতহে আপুনি কোনো সিদ্ধান্তত উপনীত হʼব পাৰিব
పర్యాయపదాలు : ইতি, উপসংহাৰ, শেষ, সমাপ্তি
అర్థం : কোনো বস্তু আদি সমাপ্ত হোৱা ভাব বা অৱস্থা
ఉదాహరణ : কলিযুগত অন্ত নিশ্চিত
పర్యాయపదాలు : অৱসান, ইতি, ওৰ, পৰিসমাপ্তি, যতি, শেষ, শেহ, সমাপ্তি, সাং
అర్థం : যি সকলোৰে পিছত হয়
ఉదాహరణ : গাঁৱৰ শেষ সীমাত এটা মন্দিৰ আছে
పర్యాయపదాలు : অন্তিম, অন্ত্য, চৰম, শেষ
ఆప్ స్థాపించండి