పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অনুৰোধ అనే పదం యొక్క అర్థం.

অনুৰোধ   বিশেষ্য

అర్థం : কোনো কথা বা কামত সন্মতি আদায়ৰ কাৰণে সন্মান সহকাৰে জনোৱা এক কার্য

ఉదాహరణ : কাৰোবাৰ অনুৰোধক নেওচা দিয়াটো ভাল কথা নহয়

అర్థం : কাৰোবাৰ হকে কোনোৱে কৰা অনুকূল অনুৰোধ

ఉదాహరణ : দলপতি মহোদয়ে চাকৰিৰ কাৰণে উপায়ুক্তক অনুৰোধ কৰিলে

పర్యాయపదాలు : ফৰমাইচ

అర్థం : কাৰোবাৰ পৰা কিবা কৰিবৰ কাৰণে নম্রতা সহকাৰে কৰা নিবেদন

ఉదాహరణ : চকিদাৰজনে ছুটী মঞ্জুৰিৰ কাৰণে বিষয়াজনৰ ওচৰত প্রার্থ্্না জনালে

పర్యాయపదాలు : প্রার্থ্্না, মিনতি

অনুৰোধ   বিশেষণ

అర్థం : বিশেষভাৱে আজ্ঞা দি বা অনুৰোধ কৰি কৰোৱা, মগোৱা বা তৈয়াৰ কৰোৱা

ఉదాహరణ : আমি ৰেডিঅʼত অনুৰোধৰ গান শুনি আছোঁ