సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি প্রেমত আসক্ত
ఉదాహరణ : প্রেমাসক্ত পুৰুৰবাৰ কাৰণে উর্বশীয়ে স্বর্গ এৰি পৃথিৱীলৈ আহিছিল
పర్యాయపదాలు : অনুৰাগী, আসক্ত, প্রেমাসক্ত
అర్థం : যি কোনো কাম বা বিষয়ত সম্পূর্ণ ধৰণে লাগি আছে বা লীন গৈছে
ఉదాహరణ : তেওঁ পূজাত মগন হৈ আছে
పర్యాయపదాలు : ডুবা-, মগন, মগ্ন, মচগুল, লিপ্ত, ৰত
ఆప్ స్థాపించండి