అర్థం : কাম-বনত উৎসাহ নেদেখুওৱাজন
ఉదాహరణ :
কোম্পানীয়ে অনুৎসাহী ব্যক্তিক বাহিৰ কৰি দিলে
అర్థం : যʼত উৎসাহ বা স্ফূর্তি নাই
ఉదాహరణ :
স্ফূর্তিহীন খেলুৱৈক দলৰ পৰা বাহিৰ কৰি দিয়া হʼল
పర్యాయపదాలు : উদ্যমহীন, উৎসাহহীন, নিৰুৎসাহিত, নিৰুৎসাহী, স্ফূর্তিহীন