అర్థం : যিয়ে গৱেষণা বা অন্বেষণ কৰে
ఉదాహరణ :
গৱেষকে গৱেষণাত ব্যস্ত হৈ আছে
పర్యాయపదాలు : অন্বেষক, অন্বেষণকাৰী, গৱেষক, গৱেষণা কর্তা
అర్థం : যি অনুসন্ধানৰ সৈতে জড়িত
ఉదాహరణ :
মই অনুসন্ধানী কাহিনী পঢ়িবলৈ ভালপাওঁ
పర్యాయపదాలు : অনুসন্ধানাত্মক, সন্ধানমূলক, সন্ধানী