అర్థం : যিজনে অনুসন্ধানৰ কাম কৰে
ఉదాహరణ :
অনুসন্ধানকাৰীয়ে ডকাইতৰ দলটোৰ সন্ধান পালে
అర్థం : যিজনে কোনো কথা বা বস্তুৰ বিষয়ে অনুসন্ধান কৰে বা সম্ভেদ বিচাৰে
ఉదాహరణ :
অৱশেষত অনুসন্ধানকাৰীৰ দলে হত্যাকাৰীৰ খবৰ বিচাৰি উলিয়ালে
అర్థం : অনুসন্ধান কৰা ব্যক্তি
ఉదాహరణ :
অনুসন্ধানকাৰীয়ে অনুসন্ধান কার্যত ্লাগি আছে
పర్యాయపదాలు : অনুসন্ধান কর্তা