పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অনুমতি পত্র అనే పదం యొక్క అర్థం.

অনুমতি পত্র   বিশেষ্য

అర్థం : যিখন পত্র দেখুৱায় কোনো ব্যক্তি কোনো সংকটপূর্ণ পৰিস্থিতিৰ পৰা নিৰাপদে পাৰ হʼব পাৰে

ఉదాహరణ : অনুমতি পত্রৰ অবিহনে তোমাক ইয়াৰ পৰা যাবলৈ দিয়া নহʼব

పర్యాయపదాలు : পাচ

అర్థం : একধৰণৰ অধিকাৰ পত্র যাৰ জৰিয়তে কোনো ব্যক্তি বা সামগ্রী কোনো ঠাইৰ পৰা বেলেগ ঠাইলৈ সৰবৰাহ কৰিব পৰা যায়

ఉదాహరణ : সামগ্রী বিদেশলৈ পঠোৱাৰ কাৰণে মই অনুজ্ঞাপত্র লাভ কৰিছোঁ

పర్యాయపదాలు : অনুজ্ঞাপত্র

అర్థం : কোনো বিশেষ কাম কৰিবলৈ বা নিজৰ লগত কোনো বিশেষ বস্তু ৰাখিব কাৰণে প্রশাসনৰ দ্বাৰা দিয়া অধিকাৰ পত্র

ఉదాహరణ : মহেশে গাড়ী চলোৱাৰ লাইচেন্স লাভ কৰিছে

పర్యాయపదాలు : লাইচেন্স