సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো কাম কৰাৰ আগতে সেই সম্পর্কে ্আজ্ঞাৰ ৰূপত জ্যেষ্ঠজনৰ পৰা লোৱা স্বীকৃতি
ఉదాహరణ : ডাঙৰৰ অনুমতি অবিহনে কোনো কাম কৰা উচিত নহয়
పర్యాయపదాలు : অনুমতি, আজ্ঞা, আদেশ
అర్థం : (ডাঙৰে সৰুক) অমুক কার্য এনেদৰেহে হোৱা উচিত বুলি কোৱা কার্য
ఉదాహరణ : তেওঁ শিক্ষকৰ নির্দেশ অনুসৰি কাম কৰি সফল হʼল
పర్యాయపదాలు : আজ্ঞা, আদেশ, দিহা, দিহা-পোহা, দিহা-যুগুতি, দেশনা, নির্দেশ, নির্দে্শনা, ফৰমাচ, ফৰমান, হুকুম
అర్థం : ডাঙৰে সৰুক কোনো কামৰ কাৰণে কোৱা কার্য
ఉదాహరణ : ডাঙৰৰ আজ্ঞা পালন কৰা উচিত
పర్యాయపదాలు : আজ্ঞা, আদেশ, হুকুম
ఆప్ స్థాపించండి