సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে
ఉదాహరణ : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা
పర్యాయపదాలు : অনুকম্পা, কৃপা, কৰুণা, দাক্ষিণ্য, দয়া, দৰদ, পুতৌ, প্রসাদ, বেথা, মমতা, মেহেৰবানি
అర్థం : আপোন ব্যক্তি বা নিজতকৈ দুর্বল ব্যক্তিক দুখী বা পীড়িত দেখি ্তেওঁলোকৰ দুখ আদি দূৰ কৰা আচৰণ
ఉదాహరణ : ঈশ্বৰৰ দয়া আমাৰ সকলোৰে ওপৰত বর্তি আছে
పర్యాయపదాలు : অনুকম্পা, কৃপা, কৰুণা, দয়া, ৰহম
ఆప్ స్థాపించండి