అర్థం : কাৰোবাৰ কোনো সিদ্ধান্ত মানি বা সেই অনুসৰি চলা
ఉదాహరణ :
তেওঁ সন্ত কবীৰৰ অনুগামী
పర్యాయపదాలు : অনুগত
అర్థం : কাৰোবাক সমান আচৰণ কৰোতা
ఉదాహరణ :
ইয়াত অনুগামী লোকৰ অভাৱনো কʼত হৈছে
అర్థం : আজ্ঞাৰ পালন কৰোতা
ఉదాహరణ :
কৃষকজনে নিজৰ আজ্ঞাকাৰী পুত্রকলৈ বহুত সুখী আছিল
పర్యాయపదాలు : আজ্ঞা পালক, আজ্ঞাকাৰী, আজ্ঞাপালক