అర్థం : উচিত-অনুচিত বিচাৰ নকৰি কোনো এক পক্ষৰ প্রতি দেখুওৱা সহানুভূতি আৰু সেই পক্ষক ্ সমর্থন ্ কৰা কার্য ্ বা ভাৱ
ఉదాహరణ :
আমি পক্ষপাতিতাৰ উর্ধত গৈ সকলোৰে কল্যাণৰ কাৰণে কাম কৰা উচিত
పర్యాయపదాలు : একদেশদর্শিতা, পক্ষপাত, পক্ষপাতিতা, পক্ষপাতিত্ব, পক্ষানুৰাগ, পক্ষাৱলম্বন, বিপক্ষতা, সপক্ষতা