సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিটো আৱশ্যক নহয়
ఉదాహరణ : তুমি অলাগতিয়াল কামত নিজৰ সময় নষ্ট কৰা উচিত নহয়
పర్యాయపదాలు : অদৰকাৰী, অপ্রয়োজনীয়, অবাঞ্ছনীয়, অলাগতিয়াল, অলাগতীয়া, নলগা, নিষ্প্রয়োজন, ফালতু
అర్థం : যি অদৰকাৰেৰে পূর্ণ
ఉదాహరణ : অদৰকাৰী কথাবোৰ কৈ নাথাকিবা
పర్యాయపదాలు : অদৰকাৰী, অলাগতিয়াল, অলাগতীয়া অপ্রয়োজনীয়, অসংগত, নলগা-, যা-তা, লাপি-লুপা
ఆప్ స్థాపించండి