అర్థం : অলপো আঘাত বা ঢাক্কা নলগা
ఉదాహరణ :
দাঙ্গাত এজন আঘাতহীন যুৱকে আৱশ্যকীয় সকলোকে সহায় কৰি আছিল
పర్యాయపదాలు : আঘাতহীন
అర్థం : যাৰ ক্ষতি হোৱা নাই বা যি আহত হোৱা নাই
ఉదాహరణ :
গাড়ী ্ দুর্ঘটনাটোত সৌভাগ্যবশতঃ সকলো মানুহেই অক্ষত অৱস্থাত বাচিল
పర్యాయపదాలు : অক্ষত, আহত নোহোৱা-, ক্ষতিহীন