పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অনাথ అనే పదం యొక్క అర్థం.

অনাথ   বিশেষ্য

అర్థం : যিজন ব্যক্তিৰ কোনো অভিভাৱক বা ভৰণ-পোষণ দিওতা কোনো নাথাকে

ఉదాహరణ : ইয়াত অনাথসকলক আশ্রয় দিয়া হয়

অনাথ   বিশেষণ

అర్థం : মালিক বা স্বামী নোহোৱা এক অৱস্থা

ఉదాహరణ : অনাথ ব্যক্তিজনে নিজৰ মালিকৰ সন্ধানত ওলাই গৈছে

పర్యాయపదాలు : নাথহীন

అర్థం : যিজনক সহায় কৰিবলৈ কোনো নাই

ఉదాహరణ : সুৰেন্দ্রদেৱে অসহায় লোকক সহায় কৰি থাকে

పర్యాయపదాలు : অনাশ্রিত, অসহায়, আশ্রয়হীন, নিঃসহায়, নিৰাশ্রয়, সম্বলহীন

అర్థం : যাৰ কোনো মালিক নাই

ఉదాహరణ : ৰাস্তাৰ কাষত এটা অনাথ শিশু পৰি আছিল

అర్థం : যিজনৰ লালন-পালন কৰিবলৈ কোনো নাই

ఉదాహరణ : শ্যামে গোটেই জীৱনটো অনাথ শিশুৰ চোৱা-চিতা কৰি পাৰ কৰি দিলে