సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি পাপ কৰে বা পাপ কৰোতা
ఉదాహరణ : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে
పర్యాయపదాలు : অধম, দুষ্টাচাৰী, দুৰাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, পাপী, ্অধর্মী
అర్థం : যি অত্যাচাৰ কৰে
ఉదాహరణ : কংস এজন অত্যাচাৰী শাসক আছিল
పర్యాయపదాలు : অত্যাচাৰকাৰী, অত্যাচাৰী, উপদ্রৱকাৰী, উৎপীড়ক, জুলুমবাজ
ఆప్ స్థాపించండి