సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
ఉదాహరణ : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
పర్యాయపదాలు : অস্বীকৃত, খাৰিজ, নামঞ্জুৰ, প্রত্যাখ্যাত
అర్థం : যাৰ অনুমতি দিয়া হোৱা নাই
ఉదాహరణ : পাঠশালাৰ পৰা বনভোজলৈ যোৱাৰ অননুমোদিত ্আঁচনিখন সফল হʼল
పర్యాయపదాలు : অসমর্থিত, অস্বীকৃত
అర్థం : যিটো অনুমোদন কৰা হোৱা নাই
ఉదాహరణ : অগৃহীত বিধেয়কখনৰ পুনৰ পর্যালোচনা অহা বৈঠকত হʼব
పర్యాయపదాలు : অগৃহীত, অস্বীকৃত
ఆప్ స్థాపించండి