సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি বহুত উৎকণ্ঠিত
ఉదాహరణ : কোনো কথাতে ইমান সোনকালে অধীৰ হোৱা উচিত নহয়
పర్యాయపదాలు : অধীৰ, অধৈর্য্য, আতুৰ, কাতৰ, ব্যাকুল
అర్థం : যি স্থিৰ হৈ নাথাকি চঞ্চলতাৰে কাম কৰে বা চঞ্চল মনৰ
ఉదాహరణ : মোহন এটা চঞ্চল লʼৰা, সি শান্তিৰে একে ঠাইতে বহি থাকিবই নোৱাৰে
పర్యాయపదాలు : অস্থিৰ, চঞ্চল
అర్థం : কোনো কাম আদিত খৰধৰ লগোৱা
ఉదాహరణ : মনোহৰ এজন বেপৰোৱাহ আৰু অধীৰ ব্যক্তি
పర్యాయపదాలు : অধীৰ, ব্যগ্র
ఆప్ స్థాపించండి