సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : অধিকাৰ, প্রভাৱ আদিত
ఉదాహరణ : শ্যামে মোৰ অধীনত কাম কৰে
అర్థం : নিজৰ ইচ্ছাৰে একো কাম কৰিব নোৱাৰা অৱস্থাত পৰোঁতাজন
ఉదాహరణ : মই এই কামটো কৰিবৰ কাৰণে বাধ্য
పర్యాయపదాలు : পৰবশ, বশীভূত, বাধ্য
అర్థం : যি কাৰোবাৰ বশীভূত হৈ আছে
ఉదాహరణ : ভাৰতবর্ষ বহু বছৰ ধৰি ইংৰাজৰ অধীনত আছিল
అర్థం : যি আনৰ অধীন
ఉదాహరణ : পৰাধীন লোক সজাত বন্দী ভাটৌৰ দৰে হয়
పర్యాయపదాలు : গোলাম, পৰবশ, পৰাধীন
అర్థం : আজ্ঞা, অধিকাৰ আদিত কাৰোবাৰ তলত থাকোঁতা
ఉదాహరణ : নিজৰ অধীনস্থ ্কর্ম্্চাৰীসকলৰ লগত মীৰাই ব্যৱহাৰ নকৰিছিল
పర్యాయపదాలు : অধীনস্থ
ఆప్ స్థాపించండి