సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : একেৰাহে কিছুদিন ধৰি হোৱা সংসদ আদিৰ এবাৰৰ বৈঠক
ఉదాహరణ : সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হʼল
పర్యాయపదాలు : সত্র
అర్థం : কোনো গুৰুত্বপূর্ণ বিষয়ৰ আলোচনা কৰিবলৈ আযোজন কৰা অনুষ্ঠান:কৃষকৰ ৰাষ্ট্রীয় সভাত কৃষকসকলৰ সমস্যা সম্পর্কে বিতং আলোচনা কৰা হʼল
ఉదాహరణ :
పర్యాయపదాలు : কনফাৰেন্স, বৈঠক, মিটিং, মেল-মিটিং, সন্মিলন, সন্মিলনী, সভা
ఆప్ స్థాపించండి