పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অধিবাসী అనే పదం యొక్క అర్థం.

অধিবাসী   বিশেষ্য

అర్థం : কোনো ঠাইত থকা বা বসতি কৰা লোক

ఉదాహరణ : ইয়াৰ সকলো নিবাসীয়ে আবেদন কৰিছে যে আপোনালোক কোনেও যেন অচিনাকি লোকক নিজৰ ঘৰত আশ্রয় নিদিয়ে

పర్యాయపదాలు : আবাসিক, আবাসী, আৱাসিক, আৱাসী, নিবাসী, নিৱাসী, বসবাসকাৰী, বাস কৰোঁতা, বাসিন্দা

అర్థం : ইউৰোপৰ এখন দেশ

ఉదాహరణ : হিটলাৰ জার্মানীৰ অধিবাসী আছিল

అర్థం : কোনো অন্য দেশত গৈ বসতি কৰা ব্যক্তি

ఉదాహరణ : আৰম্ভণিতে অধিবাসীসকলে অধিক সংঘর্ষ কৰিবলগীয়া হৈছিল

অধিবাসী   বিশেষণ

అర్థం : যʼত বাস কৰা হয় বা যʼত কোনো থাকে

ఉదాహరణ : ভূমিকম্পত কেইবাটাও অধ্যুষিত বস্তি উছন হʼল

పర్యాయపదాలు : অধিকৃত, অধ্যুষিত, আবাসিক, আৱাসিক, বসতিপূর্ণ