పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অধিপতি అనే పదం యొక్క అర్థం.

অধিপতি   বিশেষ্য

అర్థం : কোনো দেশ বা জাতিৰ প্রধান শাসক বা পতি:ত্রেতা যুগত শ্রীৰাম অযোধ্যাৰ ৰজা আছিল

ఉదాహరణ :

పర్యాయపదాలు : অধিৰাজ, অধীশ্বৰ, ক্ষিতিনাথ, ক্ষিতিপতি, ক্ষিতিপাল, ক্ষিতীশ, চক্রৱর্ত্তী, জাহাপনা, নৃপ, নৃপতি, নৰদেৱ, নৰপতি, নৰাধিপ, নৰেন্দ্র, নৰেশ, প্রজানাথ, প্রজাপালক, বাদশ্বাহ, ভূপ, ভূপতি, মহাৰজা, মহাৰাজ, স্বর্গদেউ, ৰজা, ৰাজচক্রৱর্ত্তী

అర్థం : যাৰ কোনো বস্তুৰ আদিৰ ওপৰত সকলো ধৰণৰ অধিকাৰ আছে

ఉదాహరణ : মালিক চাকৰৰ ওপৰত খড়্গহস্ত হৈছিল

పర్యాయపదాలు : গৰাকী, মালিক, স্বামী

అర్థం : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি

ఉదాహరణ : অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল

పర్యాయపదాలు : অধিকাৰী, গুৰি ধৰোতা, প্রধান, মুখিয়াল, মুৰব্বী, সর্বেসর্বা