అర్థం : মানুহৰ আচাৰ-ব্যৱহাৰ নিয়ন্ত্রণৰ কাৰণে দেশৰ প্রশাসনে ঠিক কৰি দিয়া বিধি-বিধান, যাক পালন কৰাটো সকলোৰে কাৰণে বাধ্যতামূলক আৰু ইয়াক উলংঘা কৰিলে দণ্ড বিহা হয়
ఉదాహరణ :
আইন বিৰোধী যিকোনো কামে আপোনাক সংকটত পেলাব পাৰে
పర్యాయపదాలు :
আইন, আইন-কানুন, কানুন, বিধান, বিধি