సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি কাৰোবাৰ অধিকাৰ বা ক্্ব্জাত আছে
ఉదాహరణ : তেখেতে নিজৰ অধিকৃত সম্পত্তিবোৰ দান কৰিব বিচাৰে
అర్థం : যাৰ অধিগ্রহণ কৰা হৈছে
ఉదాహరణ : চৰকাৰে অধিগৃহীত মাটি পুনৰ ঘূৰাই দিবলৈ কʼলে
పర్యాయపదాలు : অধিগৃহীত
అర్థం : যʼত বাস কৰা হয় বা যʼত কোনো থাকে
ఉదాహరణ : ভূমিকম্পত কেইবাটাও অধ্যুষিত বস্তি উছন হʼল
పర్యాయపదాలు : অধিবাসী, অধ্যুষিত, আবাসিক, আৱাসিক, বসতিপূর্ণ
ఆప్ స్థాపించండి